অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক

WhatsApp Channel Join Now
Telegram Channel Join Now

Monday, August 12, 2024

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ২৬ সহকাৰী অধ্যাপক, অধ্যাপক পদৰ বাবে আবেদন কৰক


ডিব্ৰুগড় বিশ্ববিদ্যালয় অসম.

শেষ তাৰিখ: ১৩.০৮.২০২৪.

Dibrugarh University Recruitment: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ২৬ টা সহকাৰী অধ্যাপক, অধ্যাপক আৰু সহযোগী অধ্যাপক খালী পদৰ বাবে আবেদন কৰক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ২৬টা খালী পদৰ বাবে আবেদন আহ্বান কৰিছে। বিভিন্ন বিভাগত অধ্যাপক, সহযোগী অধ্যাপক আৰু সহকারী অধ্যাপক পদৰ বাবে নিয়োগ হব।


Dibrugarh University Recruitment 2024: সাৰাংশ

Organization Dibrugarh University
No of Posts 26
Educational Qualification As per govt
Job Type Assam Govt Job
Apply Mode Offline

পদ আৰু সংখ্যা (Post & No of Vacancies):

অধ্যাপক (Professor) - ১০টা পদ

  • বাণিজ্য: ১টা
  • অসমীয়া: ২টা
  • নৃতত্ত্ব: ১টা
  • সমাজবিজ্ঞান: ১টা
  • ফাৰ্মাচিউটিকেল বিজ্ঞান: ১টা
  • পেট্ৰোলিয়াম টেকনোলজি: ১টা
  • এপ্লাইড জিওলজি: ২টা
  • জীৱবিজ্ঞান: ১টা

সহযোগী অধ্যাপক (Associate Professor) - ৭টা পদ

  • অৰ্থনীতি: ১টা
  • এপ্লাইড জিওলজি: ১টা
  • পৰিসংখ্যা: ১টা
  • নৃতত্ত্ব: ১টা
  • ইতিহাস: ২টা
  • জীৱবিজ্ঞান: ১টা

সহকারী অধ্যাপক (Assistant Professor)- ৯টা পদ

  • অসমীয়া: ১টা
  • ৰাজনীতি বিজ্ঞান: ১টা
  • পেট্ৰোলিয়াম টেকনোলজি: ১টা
  • এপ্লাইড জিওলজি: ২টা
  • পদাৰ্থ বিজ্ঞান: ২টা
  • পৰিসংখ্যা: ১টা
  • গণিত: ১টা

যোগ্যতা (Eligibility Criteri):

  • ইউ.জি.সি নিয়ম অনুসৰি। (As per the UGC norms)

দৰমহা (Salary):

  • (a) অধ্যাপক: ₹ 144200-218200/-
  • (b) সহযোগী অধ্যাপক: ₹ 131400-217100/-
  • (c) সহকারী অধ্যাপক: ₹ 57700-182400/-

আবেদন প্ৰক্ৰিয়া (How to Apply ?):

  • প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে নিৰ্দিষ্ট ফৰ্মেটত আবেদন কৰিব লাগে।
  • আবেদন মাচুল: ২০০০ টকা (ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেজিস্ট্ৰাৰৰ নামে ড্ৰাফ্ট)
  • ঠিকনা: ৰেজিস্ট্ৰাৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়, অসম, PIN-786004।

গুৰুত্বপূৰ্ণ লিংকসমূহ (Important Links):

অফিসিয়াল নোটিশ Download PDF
অফিসিয়াল ওয়েবসাইট https://dibru.ac.in/
আমাৰ WhatsApp ত যোগদান কৰক Join Here
Follow us on Instagram Click Here

Note: সকলোৰ সুবিধাৰ বাবে এই পোষ্টটো অসমীয়াত দিয়া হৈছে । যদি সকলো পোষ্ট অসমীয়াত লাগে তেনেহলে কমেন্ট কৰক ।

No comments:

Post a Comment